- ৱ'ৰ্ল্ড ৰেছলিং চেম্পিয়নশ্বিপৰ ফাইনেলত প্ৰৱেশ কৰিলে ভাৰতৰ দীপক পুনিয়া।
- ৮৬ কেজি ওজনৰ শাখাৰ ছেমিফাইনলত জয়ী হৈ ফাইলেত প্ৰৱেশ দীপকৰ।
- ছুইজাৰলেণ্ডৰ ষ্টীফেন ৰেকমুথক ৮-২ পইন্টত পৰাস্ত কৰে পুনিয়াই।
- ৱ'ল্ড ৰেছলিং চেম্পিয়নশ্বিপত ভাৰতৰ বাবে আৰু এটা পদক সুনিশ্চিত কৰিলে দীপক পুনিয়াই।