ক্রীড়া-জগত

ক্ৰিকেট বিশ্বকাপ-২০১৯ত ৰবীন্দ্ৰ জাদেজাৰ প্ৰথমটো অৰ্ধশতক…

asomiyapratidin
  • বিশ্বকাপ ক্ৰিকেট-২০১৯ত ভাৰতীয় খেলুৱৈ ৰবীন্দ্ৰ জাদেজাৰ প্ৰথমটো অৰ্ধশতক।
  • বিশ্বকাপ-২০১৯ৰ ছেমি ফাইনেল মেচখনত নিউজিলেণ্ডৰ বিৰুদ্ধে অৰ্ধশতক অৰ্জন জাদেজাৰ।
  • ৩৯টা বলত ৫০ ৰান সংগ্ৰহ কৰে খেলুৱৈগৰাকীয়ে।
  • ৩টা ফৰ আৰু ৩টা ছিক্সৰে সংগ্ৰহ কৰে এই ৰান।
  • ছেমি ফাইনেলত ৰবীন্দ্ৰ জাদেজাৰ লগত ক্ৰীজত আছে এম এছ ধোনী।
  • ধোনীয়ে ৫২ টা বলত সংগ্ৰহ কৰিছে ২৮ ৰান।