ক্রীড়া-জগত

ক্ৰমান্বয়ে ৰণত পৰিছে পাকিস্তান, জয়ৰ বাবে ৯০ বলত প্ৰয়োজন ১৭১

asomiyapratidin

ডিজিটেল ডেস্কঃ ধাৰণা কৰা মতেই অতি ৰোমাঞ্চকৰ হৈ উঠিছে বিশ্বকাপৰ ২২ সংখ্যক পাকিস্তান-ভাৰতৰ মাজত হোৱা খেল খন। ভাৰতে প্ৰথমে বেট ধৰি ৫০ অভাৰৰ বিনিময়ত ৫ টা উইকেট হেৰুৱাই ৩৩৭ ৰাণৰ লক্ষ্য বান্ধি দিয়ে যদিও বৰ্তমানৰ লৈকে পাকিস্তানৰ স্থিতি বৰ বেছি সবল দেখা নাই। ৩৫ অভাৰৰ অন্তত পাকিস্তানে ৬ টা উইকেট হেৰুৱাই সংগ্ৰহ কৰিছে ১৬৬ ৰান। পাকিস্তানক বৰ্তমান জয়ৰ বাবে ৯০ টা বলত ১৭১ৰাণৰ প্ৰয়োজন।