ক্রীড়া-জগত

ক্ৰিকেট বিশ্বকাপ ২০১৯ঃ ইংলেণ্ডে ৩৯৮ ৰানৰ লক্ষ্য বান্ধি দিছে আফগানিস্তানৰ সন্মুখত…

asomiyapratidin
  • ক্ৰিকেট বিশ্বকাপ-২০১৯ত সমুখ সমৰত আফগানিস্তান আৰু ইংলেণ্ড।
  • প্ৰথমে বেটিং কৰি ইংলেণ্ডে সংগ্ৰহ কৰে ৩৯৭ ৰান।
  • ৬টা উইকেট হেৰুৱাই ৫০ অভাৰত এই ৰান সংগ্ৰহ কৰে ইংলেণ্ডে।
  • ইংলেণ্ডৰ অধিনায়ক ইঅ'ন ম'ৰ্গানে ৭১টা বলত ১৪৮ ৰান সংগ্ৰহ কৰে।
  • ইংলেণ্ডক হাৰৰ মুখ দেখুৱাবলৈ আফগানিস্তানে ৫০ অভাৰত সংগ্ৰহ কৰিব লাগিব ৩৯৮ ৰান।