ক্রীড়া-জগত

আই চি চি মহিলা টি-২০ বিশ্বকাপৰ ফাইনেলঃ সংকটত টীম ইণ্ডিয়া…

asomiyapratidin
  • আই চি চি মহিলা টি-২০ বিশ্বকাপৰ ফাইনেলৰ প্ৰথন ইনিংছৰ সমাপ্তি।
  • অষ্ট্ৰিলিয়াই প্ৰথমে বেটিং কৰি টীম ইণ্ডিয়াক দিয়ে ১৮৫ ৰানৰ লক্ষ্য।
  • নিৰ্ধাৰিত ২০ অভাৰত ৪ উইকেট হেৰুৱাই অষ্ট্ৰেলিয়াই সংগ্ৰহ কৰে ১৮৪ ৰান।
  • ইফালে ১৮৫ ৰান পিছা কৰি সংকটত পৰিছে টীম ইণ্ডিয়া।
  • মাত্ৰ ৫ ৰান সংগ্ৰহ কৰিছে এটা উইকেট হেৰুৱায় টীম ইণ্ডিয়াই।
  • বৰ্তমান ১০ অভাৰৰ অন্তত ৪৭ ৰান সংগ্ৰহ কৰিছে ইণ্ডিয়াই।
  • অধিনায়ককে ধৰি ৪ টা উইকেট হেৰুৱাইছে ভাৰতে।