দক্ষিণ আফ্ৰিকাত অনুষ্ঠিত হোৱা ১৯ অনুৰ্ধ্ব বিশ্বকাপ ক্ৰিকেটৰ ছেমি ফাইনেল।মঙলবাৰৰ ছেমি ফাইনেল খেলখন অনুষ্ঠিত হৈছে ভাৰত-পাকিস্তানৰ মাজত।খেলখনত টছত জিকি প্ৰথমে বেটেঙৰ সিদ্ধান্ত পাকিস্তান।দক্ষিণ আফ্ৰিকাৰ চেনৱেছ পাৰ্কত অনুষ্ঠিত হৈছে খেলখন।