ক্রীড়া-জগত

ছিডনীৰ পৰা ব্ৰীচবেনত উপস্থিত বিতৰ্ক, পন্টৰ অভিযোগত আচৰিত স্মিথ…

asomiyapratidin

ডিজিটেল ডেস্ক : ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত তৃতীয় খন টেষ্ট ড্ৰ' হোৱাৰ পিছত দুয়োটা দল ছিডনীৰ পৰা ব্ৰীচবেনত উপস্থিত হয় । দুয়োটা দলৰ মাজত আৰম্ভ হোৱা শীতল যুদ্ধও ছিডনীৰ পৰা ব্ৰীচবেনলৈ আহে । তৃতীয় ষ্টেষ্টত ষ্টীভ স্মিথে ঋষভ পইন্টৰ গাৰ্ড চিহ্ন নষ্ট কৰাৰ চেষ্টা কৰিছিল । অৱশ্যে, স্মিথে এনে অভিযোগত আচৰিত হৈ পৰিছিল।

অষ্ট্ৰেলিয়াৰ পূৰ্বৰ কেপ্টেইন ষ্টীভ স্মিথে তৃতীয় টেষ্টৰ অন্তিম দিনা বেটছমেনৰ গাৰ্ড চিহ্নৰ ভৰিৰে নষ্ট কৰা গৈছিল। টেষ্টখনৰ অন্তিম দিনত ঋষভ পন্টে এক আকৰ্ষিত ৯৭ ৰানৰ ইনিংছ খেলিছিল,ভাৰতে বিজয়ৰ বাবে ৪০৭ ৰানৰ লক্ষ্য অনুসৰণ কৰিছিল আৰু শেষত টেষ্টখন ড্ৰ' হৈছিল ।