ক্রীড়া-জগত

কলকতা নাইট ৰাইডাৰ্ছৰ মুখামুখী ছানৰাইজাৰ্ছ হায়দৰাবাদ, ৰাছিদ খানে ক’লে কোনে জিকিব…

asomiyapratidin
  • দেওবাৰে অনুষ্ঠিত হ'ব আইপিএলৰ তৃতীয় খন খেল ।
  • তৃতীয় খন খেলত কলকাতা নাইট ৰাইডাৰ্ছে ছানৰাইজাৰ্ছ হায়দৰাবাদৰ সৈতে মুখামুখি হ'ব ।
  • খেল খনৰ আৰম্ভনিতেই ছানৰাইজাৰ্ছ হায়দৰাবাদৰ খেলুৱৈ ৰছিদ খানে খেললৈ সাজু বুলি এক ফটো শ্বেয়াৰ কৰে ।
  • খেলখনৰ আৰম্ভনিতে ৰাছিদ খানে হায়দৰাবাদ জিকিব বুলিও মন্তব্য কৰে ।
  • ইফালে আইপিএলৰ তৃতীয় খন খেলকলৈ সমাজিক মধ্যমতো ব্যপক চৰ্চা হৈছে ।
  • টছত জয়লাভ কৰি ছানৰাইজাৰ্ছ হায়দৰাবাদে প্ৰথমে ফিল্ডিং কৰাৰ সিদ্ধান্ত লয় ।