ক্রীড়া-জগত

হৃদৰোগত আক্ৰান্ত স্পেনিছ ফুটবল খেলুৱৈ ইকেৰ কেছিলাছ…

asomiyapratidin
  • স্পেনিছ ফুটবল খেলুৱৈ ইকেৰ কেছিলাছ অসুস্থ।
  • হৃদৰোগত আক্ৰান্ত ৩৭ বছৰীয়া খেলুৱৈগৰাকী।
  • বৰ্তমান হাস্পতালত চিকিৎসাধীন অৱস্থাত আছে ফুটবল খেলুৱৈগৰাকী।
  • চিকিৎসকে জনোৱা মতে, বৰ্তমান বিপদমুক্ত ইকেৰ কেছিলাছ।