- চাকৰিৰ বাবে আৱেদন কৰিছে ভাৰতীয় দলৰ পূৰ্ব সদস্য তথা বলাৰ ভেংকটেশ প্ৰসাদে।
- বিচিচিআইক আৱেদনপত্ৰ দাখিল কৰিছে প্ৰাক্তন ক্ৰিকেটাৰগৰাকীয়ে।
- বিচিচিআইয়ে ভাৰতীয় ৰাষ্ট্ৰীয় ক্ৰিকেট দলৰ সদস্য নিৰ্বাচনৰ বাবে নিযুক্তি দিব নিৰ্বাচক।
- সেই পদৰ নিযুক্তি বিচাৰি আৱেদনপত্ৰ দাখিল ভেংকটেশ প্ৰদাসৰ।
- অজিত আগাৰকাৰে এই পদৰ বাবে ইতিমধ্যে দাখিল কৰিছে আৱেদন।