গুৱাহাটীত অনুষ্ঠিত ইণ্ডিয়া অপেন বক্সিং চেম্পিয়নশ্বিপ। আজি ৰিঙত নামিব অলিম্পিয়ান শিৱ থাপা।মেৰীকমো আজি ছেমি ফাইনেলত অৱতীৰ্ণ হ'ব। ভাৰতৰ সৈতে নিখাট জাৰিনৰ মুখামুখি হ'ব মেৰীকম।পৰৱৰ্তী ৰাউণ্ডত প্ৰৱেশ যমুনা আৰু লাভলিনাৰো।