- ভাৰত বাংলাদেশৰ প্ৰথমখন টি-২০।
- টছত জয়ী হৈ প্ৰথমে ফিল্ডিঙৰ সিদ্ধান্ত বাংলাদেশৰ।
- প্ৰথমে বেট ধৰিব ভাৰতে।
- দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত অনুষ্ঠিত হৈছে খেলখন।
- উল্লেখ্য যে, দিল্লীত হৈ থকা ভয়ানক বায়ু প্ৰদূষণৰ মাজতে এই মেচখন অনুষ্ঠিত হৈছে।
- এই শৃংখলাত মুঠ ৩খন খেল অনুষ্ঠিত হ'ব।
শৃংখলাত জয়ী দলে লাভ কৰিব এই ট্ৰফী।