ক্রীড়া-জগত

কোৰোনাত আক্ৰান্ত শচীন তেণ্ডুলকাৰ…

asomiyapratidin
  • কোৰোনাত আক্ৰান্ত ক্ৰিকেটৰ ভগৱান শচীন তেণ্ডুলকাৰ ।
  • শনিবাৰে তেণ্ডুলকাৰৰ দেহত কোভিডৰ উপস্থিতি ধৰা পৰে ।
  • ক্ৰিকেটাৰ গৰাকীয়ে নিজ বাসভৱনত কোৱাৰেন্টাইন কৰি ৰাখিছে ।
  • সকলোকে সজাগ হোৱাৰ আহ্বান জনাইছে ক্ৰিকেটাৰ গৰাকীয়ে ।