- বিশ্বকাপত পাকিস্তানৰ বলাৰৰ সন্মুখত ভাৰতীয় বেটছমেন ৰোহিত শৰ্মা।
- ৩৪টা বলত ৫০ ৰান সংগ্ৰহ কৰে ৰোহিতে।
- দুটা ছিক্স আৰু ৬টা ফৰ ৰোহিত শৰ্মাৰ।
- ৰোহিত শৰ্মাৰ লগতে বেটিং কৰি আছে কে এল ৰাহুলে।
- ১৪.২ অভাৰত ভাৰতৰ ৮৫ ৰান সংগ্ৰহ।
- বৰ্তমানলৈ এটাও উইকেট হেৰুওৱা নাই ভাৰতীয় ক্ৰিকেট দলটোৱে।