মহাৰাষ্ট্ৰত সংঘটিত হৈছে এক শোকাৱহ ঘটনা।এজন ক্ৰিকেটাৰক হত্যা অচিনাকী দুৰ্বৃত্তৰ।ক্ৰিকেটাৰজনৰ নাম ৰাকেশ পানৱাৰ।৩ দুৰ্বৃত্তই হত্যা কৰে ৰাকেশক।মুম্বাইৰ ভান্দুপত সংঘটিত হৈছে এই ঘটনা।ঘটনাক কেন্দ্ৰ কৰি আৰক্ষীয়ে আৰম্ভ কৰিছে অনুসন্ধান।