ক্রীড়া-জগত

সদ্য প্ৰয়াত ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অপেনাৰ ভি বি চন্দ্ৰশেখৰৰ ঘৰত ৰাহুল দ্ৰাবিড়

asomiyapratidin
  • সদ্য প্ৰয়াত ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অপেনাৰ ভি বি চন্দ্ৰশেখৰৰ ঘৰত ৰাহুল দ্ৰাবিড়।
  • বৃহস্পতিবাৰে চেন্নাইস্থিত নিজ বাসগৃহত আত্মহত্যা কৰিছিল ভি বি চন্দ্ৰশেখৰে।
  • তাৰ পিছতে খেলুৱৈগৰাকীৰ ঘৰলৈ সোত বৈছিল অজস্ৰ লোক।
  • মাইলাপোৰস্থিত বাসগৃহত চিলিং ফেনত ওলমি থকা অৱস্থাত উদ্ধাৰ হৈছিল চন্দ্ৰশেখৰৰ মৃতদেহ।
  • বহু প্ৰাক্তন আৰু বৰ্তমানৰ ক্ৰিকেটাৰে তেওঁৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে।