ক্রীড়া-জগত

গুৱাহাটীত ফিফা বিশ্বকাপৰ প্ৰী কোৱালিফায়াৰ মেচ, বৃহস্পতিবাৰে ভাৰতৰ হৈ খেলিব অসমৰ বিনীত ৰয়ে…

asomiyapratidin
  • গুৱাহাটীত ভাৰতীয় ফুটবল দল।
  • বৃহস্পতিবাৰে অৱতীৰ্ণ হ'ব ফিফা বিশ্বকাপৰ প্ৰী কোৱালিফায়াৰ মেচত।
  • সৰুসজাই ষ্টেডিয়ামত অনুষ্ঠিত হ'ব খেলখন।
  • ওমানৰ মুখামুখি হ'ব ভাৰত।
  • অসমৰ বিনীত ৰয়ে খেলিব ভাৰতৰ হৈ।
  • সন্ধিয়া ৭.৩০ বজাৰ লগে লগে আৰম্ভ হ'ব এই খেল।
  • খেলখনক লৈ ফুটবলপ্ৰেমীসকলৰ মাজত উৎসাহ দেখিবলৈ পোৱা গৈছে।