- ৰাছিয়াত অনুষ্ঠিত বিশ্ব বক্সিং চেম্পিয়নশ্বিপৰ পৰা শনিবাৰে পুৱাই আহিল এটা বেয়া খবৰ।
- ছেমি ফাইনেলত পৰাজয় ৬ বাৰকৈ বিশ্ব চেম্পিয়ন মেৰী কম।
- তুৰ্কীৰ প্ৰতিন্বন্দ্বীৰ সৈতে পৰাজয়বৰণ কৰিলে মেৰী কমে।
- ৪-১ পইন্টত পৰাজয় মেৰী কম।
- ৫১ কিঃগ্ৰাঃ শাখাত বিশ্ব চেম্পিয়নৰ খিতাপ দখলৰ আশা ভংগ।