ক্রীড়া-জগত

কিউৱী বাহিনীয়ে বান্ধি দিয়ে ২২০ ৰানৰ লক্ষ্য আগত ৰাখি ফিল্ডত নামিব টীম ইণ্ডিয়া

asomiyapratidin
  • ভাৰত-নিউজিলেণ্ডৰ প্রথমখন টি-২০ মেচ।
  • ২০ অভাৰত নিউজিলেণ্ডে সংগ্ৰহ কৰিলে ২১৯ ৰান।
  • ৬টা উইকেটৰ বিনিময়ত সংগ্ৰহ কৰিলে ২১৯ ৰান।
  • ভাৰতীয় ক্ৰিকেট দলটোক জয় লাভৰ বাবে ২২০ ৰানৰ প্ৰয়োজন।
  • কিছু সময়ৰ পাছতেই বেটিঙৰ বাবে ভাৰতীয় দলটো নামিব খেলপথাৰত।