ক্রীড়া-জগত

কোভিডত আক্ৰান্ত চেন্নাই চুপাৰ কিংছৰ বেটিং প্ৰশিক্ষক মাইকেল হাচি…

asomiyapratidin
  • চেন্নাই চুপাৰ কিংছৰ বেটিং প্ৰশিক্ষক মাইকেল হাচি কোভিডত আক্ৰান্ত হৈছে ।
  • মঙলবাৰে হাচিৰ দেহত দেহত ধৰা পৰে কোৰোনাৰ উপস্থিতি ।
  • বলিং প্ৰশিক্ষক লক্ষ্মীপতি বালাজীও কোভিডত আক্ৰান্ত হয় ।
  • কোভিডৰ প্ৰাৰ্দুভাৱৰ কাৰনে অনিৰ্দিষ্ট কাললৈ পিছুওৱা হৈছে প্ৰতিযোগিতা খন ।