ক্রীড়া-জগত

টকিঅ অলিম্পিকত পদক জিনি আজি মাতৃভূমিলৈ মীৰ বাঈ চানু…

asomiyapratidin
  • টকিঅ অলিম্পিকত পদক জিনি আজি মাতৃভূমিলৈ ঘূৰিব মীৰবাঈ চানু।
  • ইতিমধ্যে গৃহাভিমুখী হৈছে খেলুৱৈগৰাকী।
  • উল্লেখ্য যে, মণিপুৰৰ খেলুৱৈ গৰাকীয়ে টকিঅ অলিম্পিকত ভাৰতলৈ আনিছিল প্ৰথমটো পদক।
  • ভাৰত্তোলনত মীৰাবাঈয়ে জিনিছিল ৰূপৰ পদক।
  • মণিপুৰ চৰকাৰে মীৰাবাঈক ইতিমধ্যে ১কোটি টকাৰে পুৰস্কিত কৰিছে।