ইংলেণ্ডত পুনৰ সংগ্ৰাম অব্যাহত টীম ইণ্ডিয়াৰ।দ্বিতীয় ইনিংছ আৰম্ভ কৰি ৯ ৰাণতে এটা উইকেটৰ পতন।প্ৰথম ইনিংছত ইংলেণ্ডৰ ৭ উইকেটৰ বিনিময়ত ৩৯৬ ৰান।প্ৰথম ইনিংছতে ২৭৯ ৰাণত পিছপৰি আছে ভাৰত।আজি খেলৰ চতুৰ্থ দিন।প্ৰথম ইনিংছত ভাৰতে সংগ্ৰহ কৰিছিল মাত্ৰ ১০৭ ৰান।