ক্রীড়া-জগত

আইপিএলৰ অষ্টমখন মেচঃ হায়দৰাবাদক পৰাস্ত কৰি প্ৰথমখন মেচত জয়ী কলকাতা…

asomiyapratidin

ডিজিটেল ডেস্কঃ আইপিএলৰ অষ্টমখন মেচত ষ্টেডিয়ামত কলকাতা নাইট ৰাইডাৰ্ছে পৰাস্ত কৰিলে হায়দৰাবাদক। আইপিএলত প্রথমখন মেচত জয়ী হ'ল কলকাতা। মেচখনত কলকাতাক হায়দৰাবাদে সন্মুখত বান্ধি দিছিল ১৪৩ৰানৰ লক্ষ্য।

কলকাতাৰ তৰফৰ পৰা অহা বেটিং কৰিবলৈ অহা এছ জি মাৱাদে ৭০ ৰান আৰু ম'ৰ্গনে ৩৮ ৰানকৈ সংগ্ৰহ কৰি জয় লাভ কৰে।