ক্রীড়া-জগত

পঞ্চমবাৰলৈ আই পি এলৰ ফাইনেলত জিকিল মুম্বাই ইণ্ডিয়ানছ…

asomiyapratidin
  • আই পি এলৰ ফাইনেলত জিকিল মুম্বাই ইণ্ডিয়ানছ।
  • ৫ উইকেটত জয়ী হৈছে দলটো।
  • প্ৰথমে বেটিং কৰি নিৰ্ধাৰিত ২০অভাৰত দিল্লী কেপিটেলছে্ দিছিল ১৫৬ ৰাণৰ লক্ষ্য।
  • ইয়াৰ বিপৰীতে মুম্বাই ইণ্ডিয়ানছে ১৮ অভাৰ ৪টা বলত ৫ উইকেট হেৰুৱাই সংগ্ৰহ কৰে ১৫৭ৰান।