ক্রীড়া-জগত

আইপিএলঃ প্রথমে বলিং কৰি বাংগালুৰুৰ বিৰুদ্ধে খেলপথাৰত নামিছে হায়দৰাবাদ…

asomiyapratidin
  • আইপিএলত শনিবাৰে ৰয়েল চেলেঞ্জাৰ বাংগালুৰুৰ বিৰুদ্ধে খেলপথাৰত নামে ছান ৰাইজাৰ হায়দৰাবাদ।
  • ছান ৰাইজাৰ হায়দৰাবাদে প্রথমে বলিং কৰাৰ সিদ্ধান্ত লৈছে।
  • দুই অভাৰত বাংগালুৰুৱে সংগ্ৰহ কৰিছে ৮ ৰান।
  • প্রথম বেটিং কৰিবলৈ ক্ৰীজলৈ নামিছে জে ফিলিপছ আৰু ডি পডিক্কাল।