ক্রীড়া-জগত

আইপিএলঃ মাত্ৰ ৪ ৰানৰ ব্যৱধানত পঞ্জাৱৰ হাতত পৰাস্ত হ’ল ৰাজস্থান…

asomiyapratidin
  • আইপিএল টি-২০ত সোমবাৰে পঞ্জাৱৰ বিৰুদ্ধে খেলপথাৰত নামে ৰাজস্থান।
  • প্ৰথমে বেটিং কৰাৰ পাছত পঞ্জাৱে সংগ্ৰহ কৰে ২২১ ৰান।
  • ৬টা উইকেট হেৰুওৱাই এই ৰান সংগ্ৰহ কৰে পঞ্জাৱে।
  • অৱশ্যে বহু চেষ্টাৰ পাছতো টাৰ্গেটত উপনীত হ'ব নোৱাৰে ৰাজস্থান।
  • ২০ অভাৰত ৰাজস্থানে ৭ টা উইকেট হেৰুৱাই সংগ্ৰহ কৰে ২১৭ ৰান।
  • সোমবাৰৰ মেচখনত ৪ ৰানৰ ব্যৱধানত পৰাস্ত হয় ৰাজস্থান ৰয়েলছ।