ক্রীড়া-জগত

আইপিএলৰ পঞ্চমখন মেচঃ মুম্বাই vs কলকাতা…

asomiyapratidin
  • আইপিএলৰ পঞ্চমখন মেচ খেলা হ'ব মঙলবাৰে।
  • সন্ধিয়া ৭.৩০ বজাৰ পৰা আৰম্ভ হ'ব এই মেচখন।
  • খেলপথাৰত নামিব কলকাতা আৰু মুম্বাই।
  • স্ক'ৰকাৰ্ড অনুসৰি এই মেচখনত মুম্বাই ইণ্ডিয়ানছ জয়ী হোৱাৰ ৫৯ শতাংশ সম্ভাৱনা আছে।