- আইপিএলত দেওবাৰে ছানৰাইজাৰ্ছ হায়দৰাবাদ আৰু ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ মাজত অনুষ্ঠিত হ'ব খেল।
- হায়দৰাবাদত অনুষ্ঠিত হ'ব দেওবাৰ প্ৰথমখন খেল।
- দেওবাৰৰ প্ৰথম খেলখন হ'ব দুয়োটা দলৰ মাজত প্ৰথমখন মেচ।
- ইফালে চেন্নাইত অনুষ্ঠিত হ'ব আন এখন খেল।
- চেন্নাইৰ মেচখনত চেন্নাই ছুপাৰ কিংছ মুখামুখি হ'ব ৰাজস্থান ৰয়েলছৰ।