এছিয়ান গেমছত অভিলেখ ৰচিলে ভাৰতীয় পুৰুষ হকী দলে।পুল এ গ্ৰুপৰ প্ৰথমখন মেচতে ১৭-০ ব্যৱধানত ইণ্ডোনেছিয়াক পৰাস্ত।মনদীপ সিং, দিলপ্ৰীত সিং, সীমৰণজিৎ সিঙে কৰিলে তিনিটাকৈ গ'ল।হংকঙৰ বিৰুদ্ধে পৰৱৰ্তী মেচত অৱতীৰ্ণ হ'ব ভাৰতীয় হকী দল।২২ আগষ্টত ভাৰত-হংকঙৰ মেচ।