ভাৰত-ৱেষ্ট ইণ্ডিজৰ মাজত আজি প্ৰথমখন টি-২০।কলকাতাৰ ইডেন গাৰ্ডেন সমুখ সমৰত নামিব দুয়োটা দল।সন্ধিয়া ৭ বজাৰ পৰা অনুষ্ঠিত হ'ব খেলখন।ৱেষ্ট ইণ্ডিজতকৈ শক্তিশালী স্থানত কোহলী বাহিনী।শনিবাৰে ইডেন গাৰ্ডেনত অনুশীলন কৰে দুয়োটা দলৰ খেলুৱৈয়ে।