- ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ দ্বিতীয়খন টেষ্ট মেচ আৰম্ভ।
- মহাৰাষ্ট্ৰৰ এম চি এ ষ্টেডিয়ামত খেলা হৈছে এই মেচখন।
- টছত জয়ী হৈ প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত লৈছে ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক বিৰাট কোহলীয়ে।
- ভাৰতৰ হৈ প্ৰথমে ক্ৰীজত নামিছে ৰোহিত শৰ্মা আৰু মায়াঙ্ক আগৰৱাল।
- উল্লেখ্য যে, বৰ্তমানলৈ এই টেষ্ট শৃংখলাত ১-০ৰ ব্যৱধানত আগবাঢ়ি আছে ভাৰত।