ক্রীড়া-জগত

টি-২০ বিশ্বকাপঃ ভাৰতে পাকিস্তানৰ সন্মুখত বান্ধি দিলে ১৫২ ৰানৰ লক্ষ্য…

asomiyapratidin
  • টি-২০ বিশ্বকাপৰ ভাৰতৰ প্রথমখন মেচ।
  • ভাৰতীয় ক্ৰিকেট দলে প্ৰথমে বেটিং কৰি বান্ধি দিয়ে ১৫২ ৰানৰ লক্ষ্য।
  • ২০ অভাৰত ৭ টা উইকেট হেৰুৱাই ১৫১ ৰান সংগ্ৰহ কৰে ভাৰতে।
  • পাকিস্তানেও এই মেচখনত অতি ভাল খেল প্ৰদৰ্শন কৰিছে।
  • ভাৰতীয় দলৰ অধিনায়ক বিৰাট কোহলীয়ে সংগ্ৰহ কৰে ৫৭ ৰান।
  • ৪৯টা বলত ৫৭ ৰান কোহলীয়ে সংগ্ৰহ কৰে।