ক্রীড়া-জগত

আজি ভাৰত-নিউজিলেণ্ডৰ প্ৰথমখন টি-২০ মেচ…

asomiyapratidin
  • আজি ভাৰত আৰু নিউজিলেণ্ডৰ প্ৰথম টি-২০ মেচ।
  • ভাৰতীয় ক্ৰিকেট দলৰ টছত জয়।
  • প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত গ্ৰহণ মেন ইন ব্লু দলৰ।
  • ৱেলিংটনত অনুষ্ঠিত হৈছে ভাৰত-নিউজিলেণ্ডৰ টি-২০ মেচখন।
  • বৰ্তমানলৈ ৯ অভাৰত ৮৯ ৰান সংগ্ৰহ কৰাৰ বিপৰীতে এটা উইকেট হেৰুৱালে নিউজিলেণ্ডে।