- বৃহস্পতিবাৰৰ পৰা অনুষ্ঠিত হৈছে ভাৰত-বাংলাদেশৰ মাজৰ প্ৰথম টেষ্ট।
- মধ্যপ্ৰদেশৰ ইন্দোৰৰ হোলকাৰ ষ্টেডিয়ামত অনুষ্ঠিত হৈছে এই টেষ্ট খেল।
- টছত জিকি প্ৰথমে বেটিঙৰ সিদ্ধান্ত লয় বাংলাদেশে।
- টেষ্ট ক্ৰিকেটৰ প্ৰথম ইনিংছত ৩২ ৰানতে ৩টা উইকেট হেৰুৱাই মুখ থেকেচা অতিথি দলটোৰ।
- চাদ্দাম ইছলাম, মমিনুল কায়েফ আৰু মহম্মদ মিথুনে ক্ৰমে ৬, ৬ আৰু ১৩ ৰান কৰি পেভিলিয়নলৈ উভতে।