আজি ভাৰত আৰু অষ্ট্ৰেলিয়াৰ তৃতীয়খন টেষ্ট।অষ্ট্ৰেলিয়াই প্ৰথম ইনিংছত সংগ্ৰহ কৰে ১৫১ ৰান।টেষ্ট শৃংখলাত আগবাঢ়িবলৈ অষ্ট্ৰেলিয়াক লাগে ২৯২ৰান।ভাৰতীয় বলাৰ বুমৰাহে ৩৩ ৰানৰ বিপৰীতে ৬টাকৈ উইকেট সংগ্ৰহ কৰে।