ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজৰ এদিনীয়া শৃংখলাৰ প্ৰথমখন মেচ।প্ৰথমে বেটিং কৰি ২৫৫ ৰান সংগ্ৰহ কৰে ভাৰতীয় ক্ৰিকেট দলে।৪৯.১ অভাৰত আটাইকেইটা উইকেট হেৰুৱাই ভাৰতে সংগ্ৰহ কৰে এই ৰান।এই মেচখনত জয়ী হ'বলৈ অষ্ট্ৰেলিয়াক প্ৰয়োজন ২৫৬ ৰানৰ।