আজি ভাৰত-অষ্ট্ৰেলিয়াৰ দ্বিতীয়খন এদিনীয়া ক্ৰিকেট মেচ।এডেলেইডত অনুষ্ঠিত হৈছে এই মেচখন।ইতিমধ্যে টছত জয়ী হৈছে অষ্ট্ৰেলিয়া।প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত ল'লে কেংগাৰু বাহিনীয়ে।১৯.৩ অভাৰত অষ্ট্ৰেলিয়াই ৩ উইকেট হেৰুৱাই সংগ্ৰহ কৰিছে ৮৭ ৰান।