ভাৰত আৰু অষ্ট্ৰেলিয়াৰ চতুৰ্থখন এদিনীয়া মেচ।টছত জয়ী হয় ভাৰত।প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত ল'লে ভাৰতীয় ক্ৰিকেট দলটোৱে।বৰ্তমানলৈ ২-১ শৃংখলাৰ ব্যৱধানত আগবাঢ়ি আছে ভাৰত।দেওবাৰৰ এই মেচখনত জয়ী হ'লে ভাৰত জয়ী হ'ব অ' ডি আই মেচত।