- বৰষুণৰ বাবে স্থগিত ভাৰত-পাকিস্তানৰ বিশ্বকাপক খেল।
- ৰোমাঞ্চকৰ খেলখনত টছত জিকি প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত লৈছিল পাকিস্তানে।
- ৰোহিত শৰ্মাৰ শতক আৰু কেএল ৰাহুল, বিৰাট কোহলীৰ অৰ্ধশতকেৰে ৪৬.৪ অভাৰলৈ ভাৰতৰ স্ক'ৰ ৩০৫ ৰান।
- ভাৰতে এতিয়ালৈকে হেৰুৱাইছে ৪টা উইকেট।
- হাৰ্ডিক পাণ্ডিয়াই ২৯ ৰান কৰি আউট হোৱাৰ লগতে আজিৰ খেলত ব্যৰ্থ হয় এম এছ ধোনী।
- খেলখনত ২টা বলত মাত্ৰ ১ ৰান কৰিয়েই পেভিলিয়নলৈ উভতিব লগীয়া হয় এম এছ ধোনী।
- বৰ্তমান নট আউট হৈ আছে বিৰাট কোহলী আৰু বিজয় শংকৰ।
- ৬২টা বলত ৭১ ৰান কৰি নট আউট হৈ আছে কোহলী।
- বিজয় শংকৰে সংগ্ৰহ কৰিছে ৬ বলত ৩ ৰান।