ক্রীড়া-জগত

ভাৰত আৰু ৱেষ্ট ইণ্ডিজৰ দ্বিতীয়খন টি-২০…

asomiyapratidin
  • ভাৰত আৰু ৱেষ্ট ইণ্ডিজৰ দ্বিতীয়খন টি-২০।
  • টছত জয়ী হৈ প্ৰথমে বেট ধৰাৰ সিদ্ধান্ত ভাৰতৰ।
  • ২.২ অভাৰত সংগ্ৰহ ১৪ ৰান।
  • ভাৰতৰ হৈ প্ৰথমে বেট ধৰিছে শিখৰ ধাৱান আৰু ৰোহিত শৰ্মাই।
  • শৃংখলাৰ প্ৰথমখন খেলত জয়ী হৈছিল ভাৰত।