প্ৰতিকুল বতৰকো নেওচি নিউজিলেণ্ডে কৰিলে বেটিং।ভাৰতক দিল ২৪০ ৰানৰ লক্ষ্য।নিৰ্ধাৰিত ৫০ অভাৰত ৮ টা উইকেটৰ বিনিময়ত ২৩৯ ৰান সংগ্ৰহ।.৪৬.১ অভাৰৰ পৰা আৰম্ভ হৈছিল বুধবাৰৰ মেচ।বুধবাৰে ৩ টা উইকেট হেৰুৱাই সংগ্ৰহ কৰে ২৮ ৰান।