ক্রীড়া-জগত

নিউজিলেণ্ডৰ বিৰুদ্ধে টি-২০ শৃংখলাঃ ভাৰতীয় ক্ৰিকেট দলৰ খেলুৱৈৰ নাম ঘোষণা…

asomiyapratidin
  • নিউজিলেণ্ডৰ বিৰুদ্ধে এইবাৰ খেলপথাৰত নামিবলৈ সাজু হৈছে ভাৰত।
  • নিউজিলেণ্ডৰ বিৰুদ্ধে টি-২০ শৃংখলা খেলিবৰ বাবে ভাৰতীয় ক্ৰিকেট দলৰ ১৫জন  খেলুৱৈসকলৰ নাম ঘোষণা কৰা হয়।
  • ভাৰতীয় দলত আছে ক্ৰমে- অধিনায়ক বিৰাট কোহলী, ৰোহিত শৰ্মা, পৃথ্বী শ্ব', কে এল ৰাহুল, শ্ৰেয়াছ আয়াৰ, মনিষ পাণ্ডে, ৰিশ্বৱ পান্ট, শিৱম ডুবে, কুলদীপ যাদৱ, ৱাই চহল, ৰবিন্দ্ৰ জাডেজা, যশপ্ৰীত বুমৰাহ, মহম্মদ ছামী, নবদীপ ছৈনী, শ্বাৰ্দুল থাকুৰ, কেডাৰ যাদৱ।
  • উল্লেখ্য যে, অহা ৫ ফেব্ৰুৱাৰীৰ পুৱা ৭.৩০ বজাত আৰম্ভ হ'ল এই শৃংখলাৰ প্ৰথমখন মেচ।