ক্রীড়া-জগত

ভাৰত-নিউজিলেণ্ডৰ মাজত প্ৰথমখন এদিনীয়া, প্ৰথমে বেটিং কৰি ভাৰতে সংগ্ৰহ কৰিছে ১৫৬ ৰান…

asomiyapratidin
  • বুধবাৰে অনুষ্ঠিত হৈছে ভাৰত-নিউজিলেণ্ডৰ মাজত প্ৰথমখন এদিনীয়া আন্তঃৰাষ্ট্ৰীয় খেল।
  • চেদন পাৰ্কত অনুষ্ঠিত হৈছে খেলখন।
  • টছত জিকি প্ৰথমে ফিল্ডিং কৰাৰ সিদ্ধান্ত নিউজিলেণ্ডৰ।
  • ভাৰতে বেট ধৰি এতিয়ালৈকে ২৮.৩ অভাৰত সংগ্ৰহ কৰিছে ১৫৬ ৰান।
  • ৩ টা উইকেট হেৰুৱাইছে ভাৰতে।
  • ভাৰতৰ হৈ সৰ্বাধিক ৫১ ৰান সংগ্ৰহ কৰি আউট বিৰাট কোহলী।