ক্রীড়া-জগত

টেষ্ট শৃংখলাৰ দ্বিতীয়খন মেচৰ বাবে কলকাতাত উপস্থিত ভাৰতীয় ক্ৰিকেট দল…

asomiyapratidin

ডিজিটেল ডেস্কঃ মঙলবাৰে কলকাতাত উপস্থিত হয় ভাৰতীয় ক্ৰিকেট দল। বাংলাদেশৰ সৈতে টেষ্ট মেচ খেলাৰ বাবে কলকাতা উপস্থিত ক্ৰিকেট দলটো। বিচিচিআই-য়ে টুইটাৰত এটা ভিডিঅ' পোষ্ট কৰে, য'ত খেলুৱৈসকলৰ সৈতে দলটোৰ প্ৰশিক্ষককো দেখা পোৱা যায়।

ভাৰতীয় ক্ৰিকেট দলৰ স্থানীয় মেনেজাৰসম্ৰাট ভৌমিকে কয়- 'দুয়োজন প্ৰশিক্ষকেই বিমানবন্দৰৰ পৰা পোনে পোনে ইডেন গাৰ্ডেনষ্টেডিয়ামত উপস্থিত হয়। আৰু তাৰপাছত সন্ধিয়া ভাগত অনুশীলনৰ বাবে দলটোৰ আটাইকেইজনখেলুৱৈক মাতি পঠিয়ায়। উল্লেখ্য যে, এই টেষ্ট শৃংখলাত ১-০ত আগবাঢ়ি আছে ভাৰত।