আজি ভাৰত-অষ্ট্ৰেলিয়াৰ মাজত পঞ্চম তথা অন্তিমখন এদিনীয়া।দিল্লীৰ ফিৰোজ শ্বাহ কোটলা ষ্টেডিয়ামত অনুষ্ঠিত হ'ব এই নিৰ্ণায়ক এদিনীয়া খেলখন।ব্যৰ্থতা পাহৰি শৃংখলা দশকৰ লক্ষ্য কোহলি বাহিনীৰ।ইফালে অন্তিমখন এদিনীয়াক লৈ আত্মবিশ্বাসী আলহী দল অষ্ট্ৰেলিয়া।