ক্রীড়া-জগত

আইচিচিয়ে ঘোষণা কৰিলে এদিনীয়া-টেষ্ট মেচৰ দলৰ বছৰেকীয়া খেলুৱৈৰ তালিকা

asomiyapratidin

ডিজিটেল ডেস্কঃ আইচিচিয়ে মঙলবাৰে ঘোষণা কৰে এদিনীয়া আৰু টেষ্ট মেচৰ দলৰ বছৰেকীয়া খেলুৱৈৰ তালিকা। বিৰাট কোহলী আৰু যশপ্ৰীত বুমৰাহৰ নাম এই দুয়োখন তালিকাত অন্তৰ্ভুক্ত কৰা হৈছে।

ইফালে, ৰিশ্বব পেন্টৰ নাম টেষ্ট মেচত অন্তৰ্ভুক্ত কৰাৰ বিপৰীতে আৰু ৰোহি শৰ্মা আৰু কুলদ্বীপ যাদৱৰ নাম এদিনীয়া খেলৰ তালিকাত অন্তৰ্ভুক্ত কৰা হৈছে।