- ট্ৰেকত চমক অব্যাহত ৰাখিছে স্বৰ্ণকন্যা হিমা দাসে।
- চমকপ্ৰদ প্ৰৰ্দশনেৰে হিমা দাসে মাত্ৰ ১৫ দিনৰ ভিতৰতে আজুৰি আনিবলৈ সক্ষম হৈছে ৪টাকৈ সোণৰ পদক।
- চেক গণৰাজ্যত অনুষ্ঠিত টেবৰ গ্ৰা প্ৰীত ২০০ মিটাৰ ইভেণ্টত স্বৰ্ণ পদক অৰ্জন কৰিলে হিমা দাসে।
- ২৩.২৫ ছেকেণ্ডত দৌৰ সম্পূৰ্ণ কৰে অসম কন্যাগৰাকীয়ে।