বিশ্বকাপ ক্ৰিকেটৰ পাকিস্তানৰ বিৰুদ্ধে তৃতীয়টো উইকেট পতন ভাৰতৰ।১৯ বলত ২৬ ৰান কৰি আউট হয় হাৰ্ডিক পাণ্ডিয়া।আমিৰৰ বলত বাবৰ আজমৰ হাতত কেচ তুলি দিয়ে হাৰ্ডিকে।ভাৰতৰ স্ক'ৰ ৪৪.১ বলত ২৮৬ ৰান। ক্ৰিজত নামিছে এম এছ ধোনী