ক্রীড়া-জগত

আজি গুৱাহাটীত আই এছ এলৰ ছেমি ফাইনেল

asomiyapratidin
  • আজি গুৱাহাটীত আই এছ এলৰ ছেমি ফাইনেল।
  • নৰ্থ ইষ্ট ইউনাইটেড এফ চি আৰু বেংগালুৰু এফ চিৰ মাজত অনুষ্ঠিত হ'ব ছেমি ফাইনেল।
  • সৰুসজাই ষ্টেডিয়ামত অনুষ্ঠিত হ'ব খেলখন।
  • সন্ধিয়া ৭.৩০ বজাৰ পৰা আৰম্ভ হ'ব খেলখন।