ক্রীড়া-জগত

জাকাৰ্টাৰ এছিয়ান গেমছত ভাৰতৰ প্ৰথমটো স্বৰ্ণ পদক

asomiyapratidin
  • ভাৰতৰ প্ৰথমটো সোণৰ পদক এছিয়ান গেমছত।
  • মল্লযুদ্ধৰ ৬৫কেজি শাখাত পদক অৰ্জন বজৰং পুনিয়াৰ।
  • পুনিয়াই ফাইনেলত জাপানৰ টাকাটানি ডাইচিক পৰাস্ত কৰে।
  • ১১-৮ পইণ্টৰ ব্যৱধানত বিজয় হয় ভাৰতৰ মল্লযুঁজাৰু পুনিয়া।